অসমআঞ্চলিকখেল

স্থগিত কৰা হ’ল অসম বক্সিং এছ’ছিয়েশ্যনৰ সাধাৰণ নিৰ্বাচন…

অভিযোগ উঠিছে বক্সিং এচছিয়েশ্যনৰ সভাপতি, সাধাৰণ সম্পাদকৰ বিৰুদ্ধে

অসম এমেচাৰ বক্সিং এচছিয়েশ্যনৰ নিৰ্বাচন অবৈধ। স্থগিত কৰা হ’ল বক্সিং এছ’ছিয়েশ্যনৰ সাধাৰণ নিৰ্বাচন। দেওবাৰে অনুষ্ঠিত কৰাৰ কথা আছিল নিৰ্বাচন। জিলা মুঞ্চিফ আদালতে দিলে নিৰ্বাচন স্থগিত কৰাৰ নিৰ্দেশ।

অভিযোগ উঠিছে বক্সিং এচছিয়েশ্যনৰ সভাপতি কালিকান্ত বড়ো সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতা আৰু ট্ৰেজাৰৰ শংকৰ প্ৰধানৰ বিৰুদ্ধে। তিনিওজনে দীৰ্ঘদিন ধৰি অবৈধ ভাবে পদ দখল কৰি থকাৰ অভিযোগ উঠিছে।

নিয়ম অনুসৰি, সাধাৰণ সম্পাদকে একেৰাহে দুবাৰতকৈ অধিক সময় একেটা পদত থাকিব নোৱাৰে৷ কিন্তু হেমন্ত কুমাৰ কলিতাই ২০০৭ চনৰ পৰা সাধাৰণ সম্পাদকৰ পদত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.