Assamleatest updatepolitical

উত্তৰ পূবৰ দুৱাৰ মুকলিৰ বাবে প্ৰধানমন্ত্ৰীৰ তৎপৰতা।

আছিয়ান ৰাষ্ট্ৰক ভাৰতৰ এক ইষ্ট নীতিৰ কেন্দ্ৰীয় স্তম্ভ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ

উত্তৰ পূবৰ দুৱাৰ মুকলিৰ বাবে প্ৰধানমন্ত্ৰীৰ তৎপৰতা। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত আছিয়ান ইণ্ডিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

একবিংশ শতিকা এছিয় মহাদেশৰ শতিকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য। আছিয়ান ৰাষ্ট্ৰক ভাৰতৰ এক ইষ্ট নীতিৰ কেন্দ্ৰীয় স্তম্ভ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ। আছিয়ান ৰাষ্ট্ৰক নীতি নিৰ্ধাৰণৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.