জীৱনশৈলীবলিউড

৪৮ বছৰত ভৰি দিলে অনুৰাগীৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে

সৌন্দৰ্য, অভিনয় আৰু নিজৰ কৰ্মদক্ষতাৰে বলিউডত খলকনি তোলা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ জন্ম হৈছিল ১৯৭৩ চনৰ ২ নৱেম্বৰত, কৰ্ণাটকত।

সুন্দৰ অভিনয়ৰে দৰ্শকৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ আজি জন্মদিন। আজি ৪৮ টা বৰ্ষত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে।

৪৮ বছৰত ভৰি দিলে অনুৰাগীৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে

সৌন্দৰ্য, অভিনয় আৰু নিজৰ কৰ্মদক্ষতাৰে বলিউডত খলকনি তোলা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ জন্ম হৈছিল ১৯৭৩ চনৰ ২ নৱেম্বৰত, কৰ্ণাটকত।

৪৮ বছৰত ভৰি দিলে অনুৰাগীৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে

সৰুৰে পৰা সংস্কৃতিবান পৰিয়ালত ডাঙৰ-দীঘল হোৱা অভিনেত্ৰীগৰাকীয়ে ১৯৯৭ চনত এখন তামিল ছবিৰ জৰিয়তে আৰম্ভ কৰিছিল নিজৰ কেৰিয়াৰ।

৪৮ বছৰত ভৰি দিলে অনুৰাগীৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে

যথেষ্ট প্ৰতিভাসম্পন্ন অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাত ১৯৯৪ চনত জয় কৰিছিল বিশ্ব সুন্দৰীৰ খিতাপ।

৪৮ বছৰত ভৰি দিলে অনুৰাগীৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে

বৰ্তমানলৈকে ৫০ খনৰো অধিক চিনেমাত অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে হাম দিল দে চুকে চনম , দেৱদাস , যোধা আকবৰ আদিৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হয়।

৪৮ বছৰত ভৰি দিলে অনুৰাগীৰ হৃদয়ত খলকনি তোলা বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে

মণি ৰত্নমৰ চিনেমাৰ জৰিয়তে চিনেমা জগতত ভৰি দিয়া অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ষ্টাইল, ফেশ্বনে অনবৰত আপ্লুত কৰে সকলোকে। তেখেতৰ জন্মদিনৰ দিনটোত আমিও সুন্দৰী অভিনেত্ৰীগৰাকীক জনাইছো শুভেচ্ছা আৰু শুভকামনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + nineteen =

Back to top button