অসমজীৱনশৈলীস্বাস্থ্য

মাৰাত্মক এইড্ছৰ ভয়াবহ ৰূপ মৰিগাঁও জিলাত

কেৱল এটা মাহতে চিনাক্ত হৈছে ৩০ জনকৈ এইড্ছ ৰোগী

মাৰাত্মক এইডছৰ ভয়াবহ ৰূপ মৰিগাঁও জিলাত৷

কেৱল এটা মাহতে চিনাক্ত হৈছে ৩০ জনকৈ এইডছ ৰোগী। ড্ৰাগছ সেৱনৰ ফলতে ভয়াবহ ৰূপত মাৰাত্মক এইডছত আক্ৰান্ত হৈছে মৰিগাৱৰ বহু ৰোগী।

বৰবিহ ড্ৰাগছ সেৱন কৰি মাৰাত্মক এইডছত আক্ৰান্ত হৈছে মৰিগাঁৱৰ ৩০ জনকৈ লোক৷ কেৱল আগষ্ট মাহতেই চিনাক্ত হৈছে ইমান সংখ্যক এইডছ আক্ৰান্ত ৰোগী৷ ইয়াৰে ৭ জন মৰিগাঁও কাৰাগাৰৰ কয়েডী৷

উল্লেখ্য যে, সুমলা মহিলা সংঘ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে চলোৱা এক অভিযান পোহৰলৈ আহিছে এই ভয়াবহ তথ্য৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.