Social

অভিনেত্ৰী দেৱলীনাৰ পিছত এইবাৰ বিয়াত বহিল ৰাখী চাৱন্ত!

ছ'চিয়েল মিডিয়াত ইতিমধ্যে ব্যাপক চৰ্চা এখন ফটো

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী ৰাখী চাৱন্ত! প্ৰেমিক আদিল খান দুৰানীৰ সৈতে অভিনেত্ৰীগৰাকীয়ে আইনী বিবাহপাশত আৱদ্ধ হোৱা এখন ফটোয়ে ছ’চিয়েল মিডিয়াত ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে।

Rakhi Sawant Secretly Gets Married To Adil Durrani In A Court Marriage!

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নিজাববীয়াকৈ বিয়াখনৰ সন্দৰ্ভত প্ৰকাশ কৰা নাই কোনো কথা।

Rakhi Sawant secretly gets married to beau Adil Khan Durrani; photos of the couple from the court wedding surface

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.