দুৰ্ঘটনাদৈনিক বাতৰি

সেনা ছাউনিত অগ্নিকাণ্ড, এক ভয়ংকৰ বিস্ফোৰণে কঁপাইছে শিয়ালকোট…

ই জুই ইমানেই বেছি ডাঙৰ আছিল যে, বহু দূৰৰ পৰাও দেখা পোৱা গৈছিল জুইৰ লেলিহান শিখা। আনকি পঞ্জাৱ সীমান্ততো শুনা গৈছিল বিস্ফোৰণৰ শব্দ

এক ভয়ংকৰ বিস্ফোৰণে কঁপাইছে পাকিস্তান। উত্তৰ পাকিস্তানৰ শিয়ালকোটত হোৱা বিস্ফোৰণে কঁপালে সমগ্ৰ অঞ্চল।
দেওবাৰে পুৱা, শিয়ালকোটৰ সামৰিক ঘাটিত বিস্ফোৰণ হৈ অগ্নিৰ সূত্ৰপাত হয়। এই জুই ইমানেই বেছি ডাঙৰ আছিল যে, বহু দূৰৰ পৰাও দেখা পোৱা গৈছিল জুইৰ লেলিহান শিখা। আনকি পঞ্জাৱ সীমান্ততো শুনা গৈছিল বিস্ফোৰণৰ শব্দ।

https://twitter.com/DrVishalGargDri/status/1505451486221783044

 

দেওবাৰে পুৱা পাকিস্তানৰ শিয়ালকোটৰ সেনা ছাউনীত দুৰ্ঘটনাবশতঃ অগ্নিৰ সূত্ৰপাত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত শিয়ালকোট সেনা ছাউনীৰ সমীপত গোলা-বাৰুদ ৰখা স্থানত আকস্মিকভাৱে অগ্নিসংযোগ হৈ বিস্ফোৰণ হয়। অৱশ্যে, অগ্নিকাণ্ডৰ ফলত আঘাতপ্ৰাপ্ত হোৱা নাই কোনো লোক, লগতে বিস্তৰ ক্ষতি সাধন হোৱা নাই সম্পত্তিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.