EntertainmentFilmnationalদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জনমুম্বাই

২০২৬’ত ALPHA

'Dhurandhar 2' ৰিলীজ হোৱাৰ ৩ সপ্তাহৰ পিছত আহি আছে YRFৰ বহু চৰ্চিত ছবি 'Alpha'

Red Sea International Film Festival ২০২৫ বৰ্ষত Golden Globes Horizon Awardৰ খিতাপ অৰ্জন আলিয়া ভাটৰ । অনুষ্ঠানটোৰ পৰিচালক হেলেন হৈহনে সম্বৰ্ধনা জনালে আলিয়া ভাটক, তেঁও ক’লে : “এগৰাকী বিশ্ব বিখ্যাত অভিনেত্ৰী যাৰ কথা কলেও শেষ কৰিব নোৱাৰি, তেঁওলৈ অশেষ ধন্যবাদ জনালোঁ লগতে আৰু ভাল ভাল কাম কৰি যাবলৈ কামনা কৰিছোঁ…” এই অনুষ্ঠানটোৰ জৰিয়েতে অভিনেত্ৰীগৰাকীয়ে মিডিয়া আগত কয় যে Yash Raj Filmsৰ প্ৰথমখন এনেকুৱা ছবি হ’ব য’ত মহিলাই এক্সন মোড’ত থকা দেখিব দৰ্শকে। ছবিখনত আনটো চৰিত্ৰত অভিনয় কৰিছে স্বাৰ্ভাৰীয়ে। স্বাৰ্ভাৰীয়ে মিডিয়াৰ আগত জনাই যে ‘আলিয়া ভাটৰ লগত একেলগে এখন ছবিত অভিনয় কৰিবলৈ পায় অত্যন্ত সুখী’।

‘Dhurandhar 2’ ৰিলীজ হোৱাৰ ৩ সপ্তাহৰ পিছত আহি আছে YRFৰ বহু চৰ্চিত ছবি ‘Alpha’। ছবিজগতৰ মাজত এতিয়া ব্যাপক চৰ্চাত আছে ‘Dhurandhar 2’। নেটিজেনৰ মাজত এতিয়া এটাই কথা Alphaয়ে ২০২৬ৰ ব্লকবাষ্টাৰ হিট কৰিব পাৰিব নে নোৱাৰিব?

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 6 =

Back to top button