অপৰাধঅসম

ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, হাতে-লোটে ধৰা পৰিল সুন্দৰী যুৱতী

চৰকাৰী কাৰ্যালয়ত পইচাৰ মোহ এৰিব নোৱাৰি বহুতেই ঘোচ লৈ কাম কৰাৰ প্ৰতিশ্ৰুতিহে দিয়ে।

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ অভিযান যিমানেই চলিছে, সিমানেই খোল খাইছে ঘোচখোৰৰ এটাৰ পিছত আনটো অধ্যায়। চৰকাৰী কাৰ্যালয়ত পইচাৰ মোহ এৰিব নোৱাৰি বহুতেই ঘোচ লৈ কাম কৰাৰ প্ৰতিশ্ৰুতিহে দিয়ে।

এনে এক কাম কৰিয়েই নতুন বছৰৰ চতুৰ্থ দিনটোতে গ্ৰেপ্তাৰ হ’ল সচিবালয়ৰ এগৰাকী কৰ্মচাৰী।

কৰ্মচাৰীগৰাকী হৈছে সীমা দেৱী। মুঠ ৪ হাজাৰ টকাৰ ঘোচ লৈছিল সীমা দেৱীয়ে। দুৰ্নীতি বিভাগে আনকি যুৱতাগৰাকীৰ বেগৰ পৰা জব্দ কৰিছে মুঠ ৯৯,০০০ টকাৰ নগদ ধন। পিছে সীমা দেৱী যিমানেই চতুৰ নহওঁক কিয়, দালালক কৰায়ত্ত কৰিবলৈ অনবৰত সাজু দুৰ্নীতি নিবাৰক শাখা। অৱশেষত আজি দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলায় সচিবালয়ৰ কৰ্মচাৰীগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.