শ্ৰেণীবিহীন

জন্মৰ দিনাই ৰহস্যজনকভাৱে সন্ধানহীন হ’ল নৱজাতক!

নিজ আইতাৰে বিক্ৰী কৰাৰ অভিযোগ

তেজপুৰত নৱজাতক ৰহস্যজনক সন্ধানহীন।

তেজপুৰ বামুনিপাহাৰৰ অনিতা কলিতা নামৰ মহিলা এগৰাকীয়ে ৩১ ডিচেম্বৰত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত জন্ম দিছিল এগৰাকী নবজাতকক। কিন্তু ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে নৱজাতকটি। তাৰ পাছত মঙলবাৰে তেজপুৰ বামুনি পাাহাৰৰ স্বৰস্বতী ৰায় নামৰ মহিলা এগৰাকীৰ ঘৰত নৱজাতকটি উদ্ধাৰ হয়।

আচৰ্যজনকভাবে, আইতাক অনিতা কলিতাই নৱজাতকটিৰ ভৱিষ্যৎৰ প্ৰতি চিন্তা কৰি নিজে স্বৰস্বতী ৰায়ৰ হাতত গতাই দিয়া বুলি জনাই। পিছে, উক্ত নৱজাতকটি বিক্ৰী কৰা বুলি অভিযোগ তুলিছে চফচিট নামৰ শিশু আশ্ৰয় গৃহৰ অধ্যক্ষ সুৰেন্দ্ৰ বৰঠাকুৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.