SocialSocial Networkঅসমপ্ৰযুক্তিবিশ্বভাৰত

২০২২ত দেশৰ ১৩খন চহৰত উপলব্ধ হ’ব 5G ইণ্টাৰনেট সেৱা! ক’ত ক’ত ?

এক প্ৰেছ বিবৃতিযোগে এই কথা জনাইছে দূৰসংযোগ বিভাগে

২০২২ চনত ভাৰতত 5G ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হ’ব। এক প্ৰেছ বিবৃতিযোগে এই কথা জনাইছে দূৰসংযোগ বিভাগে। আৰম্ভণিতে দেশৰ ১৩খন চহৰতহে উপলব্ধ হ’ব 5G সেৱা। চহৰকেইখন ক্ৰমে আহমেদাবাদ, বেংগালুৰু, চণ্ডিগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ।

২০১৮ চনৰে পৰা দেশৰ ৮টা প্ৰতিষ্ঠানৰ সৈতে 5G সেৱাৰ পৰীক্ষা আৰম্ভ কৰা হৈছিল। এই পৰীক্ষা ৩১ ডিচেম্বৰত শেষ হ’ব।
উল্লেখ্য যে, ভাৰতীয় বজাৰত ইতিমধ্যে সকলো আগশাৰীৰ মোবাইল কোম্পানীৰ 5G ফোন উপলব্ধ হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.