অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP
স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ঘোষণা কৰিলে SOP
ভ্ৰমণকাৰীৰ বাবে বাধ্যতামূলক ৭ দিনৰ কোৱাৰেণ্টাইন
নিগেটিভ ওলালেও আন্তঃৰাষ্ট্রীয় ভ্ৰমণকাৰীক কৰা হ’ব কোৱাৰেণ্টাইন
অসম অভিমুখী বিমান যাত্রীয়ে দিব লাগিব স্ব-ঘোষণা পত্র
১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্ত প’ৰ্টেলত দিব লাগিব
ভ্ৰমণৰ পূৰ্বে ৭২ ঘণ্টাৰ ভিতৰত কৰা RT-PCR ফলাফল বাধ্যতামূলক
৫ বছৰীয়া শিশুৰ ক্ষেত্ৰত দিয়া হ’ব ৰেহাই
অ’মিক্রণৰ সংক্রমণ হোৱা দেশৰ পৰা অহা যাত্রীৰ ক্ষেত্রত অধিক কঠোৰতা
বিমান বন্দৰত মানিব লাগিব ন্যূনতম শাৰীৰিক দূৰত্ব
অৱতৰণৰ পিছত ক’ভিড পৰীক্ষণৰ বাবে দিব লাগিব নমুনা