অসমগুৱাহাটীচাকৰিদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

নিবনুৱা যুৱক-যুৱতীলৈ পুনৰ সুখবৰ! ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি

নিবনুৱা যুৱক-যুৱতীলৈ পুনৰ সুখবৰ

ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি

গৃহ, শিক্ষা, স্বাস্থ্য বিভাগত নিযুক্তি

নিযুক্তি দিয়া হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত

তৃতীয় আৰু চতুৰ্থ বৰ্গতো নিযুক্তি

৩২,৬৮৯ পদৰ বিপৰীতে নিযুক্তি হ’ব ৰাজ্যত

গৃহ বিভাগৰ ৪,০৯৭টা পদত দিয়া হ’ব নিযুক্তি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ৫,১০৫টা পদত নিযুক্তি

শিক্ষা বিভাগত ১০,২৯৯টা পদত নিযুক্তি

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ১,১৭৬টা পদত নিযুক্তি

৩য় বৰ্গৰ ৭,০৭৩টা পদত দিয়া হ’ব নিযুক্তি

চতুৰ্থ বৰ্গৰ ২,৯৩৯টা পদত দিয়া হ’ব নিযুক্তি

১০ ছেপ্টেম্বৰত প্ৰকাশ পাব বিজ্ঞাপন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.