Covid-19অসমস্বাস্থ্য

মাতৃৰ দুগ্ধপান কৰাৰ পিছতেই মৃত্যু নৱজাতকৰ, ঘটনাক লৈ লক্ষিমপুৰত চাঞ্চল্য

১৮বছৰ অনুৰ্ধৰ চনিয়া নায়কক স্বাস্থ্য কৰ্মীয়ে জোৰ কৰি পুলিচৰ ভয় দেখুৱাই শনিবাৰে কোভিড ভেকচিন প্ৰদান কৰে

মাতৃৰ দুগ্ধপান কৰাৰ পিছতেই মৃত্যু নৱজাতকৰ। ঘটনাক লৈ এতিয়া লক্ষিমপুৰত সৃষ্টি হৈছে চাঞ্চল্যৰ।

ভেকচিন লোৱাৰ পিছত অসুস্থ লখিমপুৰ ধেমাজিৰ সীমামূৰীয়া ঘাঁৰমৰাত ৰাতুল নায়ক আৰু চনিয়া নায়কৰ ডেৰমহীয়া কন্যা সন্তানৰ মৃত্যুত তীব্ৰ চাঞ্চলৰ সৃষ্ট হৈছে সমগ্ৰ অঞ্চলটোত।

তথ্য অনুসৰি ১৮বছৰ অনুৰ্ধৰ চনিয়া নায়কক স্বাস্থ্য কৰ্মীয়ে জোৰ কৰি পুলিচৰ ভয় দেখুৱাই শনিবাৰে কোভিড ভেকচিন প্ৰদান কৰে। ভেকচিন প্ৰদানৰ ৩ঘণ্টা মানৰ পিছতে ঘৰলৈ আহি অসুস্থ হৈ পৰে চনিয়া। পুৱতি নিশা চনিয়া নৱজতকটোৱে মাকৰ গাখীৰ খোৱাৰ পাছতেই অকাল মৃত্যুক সাৱটি ল’ব লগীয়া হয় বুলি অভিযোগ উত্থাপন কৰে।

অভিযোগ অনুসৰি ভেকচিন প্ৰদানৰ ৩ঘণ্টা মানৰ পিছতে ঘৰত আহি অসুস্থ হৈ পৰে চনিয়া আৰু ঠিক পুৱতি নিশা প্ৰায় ৩মান বজাত ডেৰমহীয়া নৱজতকটোৱে মাকৰ গাখীৰ খোৱা বাবে অকল মৃত্যুক সাৱটি ল’ব লগীয়া হয় বুলি অভিযোগ উত্থাপন কৰে।

বৰ্তমান মাতৃৰ স্বাস্থ্য উন্নতিৰ হকে চিকিৎসালৈ প্ৰদান কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.