Covid-19দিল্লীভাৰতস্বাস্থ্য

পঞ্চমজনলৈ বৃদ্ধি পালে ভাৰতৰ অমিক্ৰণত (OMICRON) সংক্ৰমণ ৰোগীৰ সংখ্যা

টাঞ্জানিয়াৰ পৰা দিল্লীত উপস্থিত হৈছিল লোকজন

পঞ্চমজনলৈ বৃদ্ধি পালে ভাৰতৰ অমিক্ৰণত  (OMICRON) সংক্ৰমণ ৰোগীৰ সংখ্যা।

দিল্লীৰ আকৌ এজন ব্যক্তিৰ দেহত ধৰা পৰিল অমিক্ৰণৰ অৱস্থিতি।

টাঞ্জানিয়াৰ পৰা দিল্লীত উপস্থিত হৈছিল লোকজন।

বহিঃদেশৰ পৰা অহা কেইবাগৰাকী লোকৰ ওপৰত কৰণাৰ পৰীক্ষা কৰা হৈছিল। তাৰেই ভিতৰত ১২ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছিল কৰণাৰ উপস্থিতি । সেই ১২ গৰাকী লোকৰেই এগৰাকীৰ দেহত ধৰা পৰিছে অমিক্ৰণ ভাইৰাছ। এই ৰোগীগৰাকী দিল্লীৰ প্ৰথম অমিক্ৰণ ভাইৰাছত আক্ৰান্ত লোক।

শনিবাৰে দুজন ব্যক্তিৰ দেহত ধৰা পৰিছিল অমিক্ৰণ। আক্ৰান্ত ব্যক্তি দুগৰাকী গুজৰাট আৰু মহাৰাষ্ট্ৰৰ। দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল মহাৰাষ্ট্ৰৰ ব্যক্তিজন

বৰ্তমানলৈকে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৫জনলৈ বৃদ্ধি।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.