অসমধৰ্মীয়ভাৰত

ইছলামধর্মী লোকে হিন্দু মহিলাক দ্বিতীয় বিবাহ কৰালে নাপাব কোনো সুবিধা

বিশেষ বিবাহ আইন–১৯৫৪ৰ এক ধাৰাৰ পর্যালোচনা

বিশেষ বিবাহ আইন–১৯৫৪ৰ এক ধাৰাৰ পর্যালোচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ প্রদান কৰিছে এক গুৰুত্বপূর্ণ ৰায়৷
এগৰাকী মহিলাই দাখিল কৰা ৬৮৬৭/২০১৯নং এখন লেখ আবেদনৰ শুনানিৰ ক্ষেত্রত বিশেষ বিবাহ আইনৰ এই ধাৰাৰ পর্যালোচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো ইছলামধর্মী লোকে যদি এগৰাকী হিন্দু মহিলাক দ্বিতীয় বিবাহ কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.