Assamleatest updateSports
ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ ৰ চতুৰ্থখন মেচ বাতিল।
হৰভজন সিং, শিখৰ ধৱন সুৰেশ ৰাইনাৰ মেচ নেখেলাৰ সিদ্ধান্ত।

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ ৰ চতুৰ্থখন মেচ বাতিল। ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈয়ে মেচখন নেখেলাৰ সিদ্ধান্ত লোৱাৰ পিছতেই বাতিল কৰা হয় মেচখন।

হৰভজন সিং, শিখৰ ধৱন সুৰেশ ৰাইনাৰ মেচখন নেখেলাৰ সিদ্ধান্ত। উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগা আছিল এই মেচখন।


