Assamleatest updateRegionalSocialঅসমদৈনিক বাতৰি

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

৯৩ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান জ্ঞানদা কাকতিৰ

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান
শ্বিলঙৰ বেথানি হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰী গৰাকীৰ
৯৩ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান জ্ঞানদা কাকতিৰ
বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল অভিনেত্ৰীগৰাকী
১৯৩২ চনত শ্বিলঙত জন্ম গ্ৰহণ কৰিছিল প্ৰবীণ অভিনেত্ৰী গৰাকীয়ে
অসমীয়া চিনেমা জগতলৈ অভূতপূৰ্ব বৰঙণি জ্ঞানদা কাকতিৰ

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান
‘পূবেৰুণ’ ছবিৰ জৰিয়তে দৰ্শকৰ মাজত জনপ্ৰিয় জ্ঞানদা কাকতি
১৯৪৯ চনত ‘পাৰঘাট’ ছবিৰে চলচ্চিত্ৰ জগতত প্ৰৱেশ জ্ঞানদা কাকতিৰ
‘পাৰ ঘাট’, ‘পিয়লি ফুকন’, ‘সৰা পাত’, ‘লখিমী’ তেওঁৰ জন প্ৰিয়ছবি
‘ৰঙাপুলিচ’, ‘চাকনৈয়া’, ‘পুৱতি নিশাৰ সপোন’ আদিত অভিনয়
কেইবাখনো বাঙালী ছবিত অভিনয় কৰিছিল জ্ঞানদা কাকতিয়ে

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান
আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল তেওঁ
গ্ৰামফোন ৰেকৰ্ডতো বহুগীত বাণীবদ্ধ কৰিছিল জ্ঞানদা কাকতিয়ে
১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল তেওঁ
২০০২ চনত অসম চৰকাৰে প্ৰদান কৰিছিল বিষ্ণু ৰাভা বঁটা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 10 =

Back to top button