AssamInternationalleatest updateSocialদৈনিক বাতৰি

মৃত্যু হোৱা পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ ব্যৱসায়ী প্ৰশান্তই গঢ়ালে প্ৰতিমূৰ্তি

‘কোভিড-১৯-এ মোৰ পৰা মোৰ পত্নীক কাঢ়ি লৈ ​​গ’ল

মৃত্যু হোৱা পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ ব্যৱসায়ী প্ৰশান্তই গঢ়ালে প্ৰতিমূৰ্তি

বেৰহামপুৰৰ জগাবন্ধু ষ্ট্ৰীটত থকা ৫২ বছৰীয়া প্ৰশান্ত নায়কৰ পত্নী কিৰণ, হালধীয়া শাৰী পিন্ধি, গহনাবোৰ পিন্ধি সদায় বহি থাকে ঘৰৰ ড্ৰয়িং ৰুমত ।
২০২১ চনত Covid-19ত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰশান্ত নায়কৰ পত্নী কিৰণ । এতিয়া পতি প্ৰশান্ত নায়কে পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ তেওঁৰ পত্নীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে। এই মূৰ্তিৰ বাবে ৮ লাখ টকা খৰচ কৰিছে ব্যৱসায়ী প্ৰশান্ত নায়কে ।

odisha man spends rs 8 lakh for wife’s silicone statue

১৯৯৭ চনত প্ৰশান্তই কিৰণৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০২১ চনৰ ২৫ এপ্ৰিলত কিৰণৰ মৃত্যুৰ কেইদিনমান পিছতে তেওঁৰ সন্তানে যাতে মাতৃৰ অনুপস্থিতি অনুভৱ নকৰে তাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে । বেংগালুৰুৰ এজন ভাস্কৰ্য শিল্পীয়ে কিৰণৰ ফটোখন স্কেন কৰি মূৰ্তিটো প্ৰস্তুত কৰিলে ।

Statue keeps Covid victim's memories alive for Odisha businessman's family

ভাস্কৰ্য শিল্পীগৰাকীয়ে আঁহ, ৰবৰ আৰু চিলিকন ব্যৱহাৰ কৰি প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ এবছৰতকৈও অধিক সময় লাগিছিল। বেংগালুৰুৰ পৰা বেৰহামপুৰলৈ যাতায়তৰ খৰচকে ধৰি প্ৰায় ৮ লাখ টকা খৰচ হয় প্ৰতিমূৰ্তিটোত ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + two =

Back to top button