AssamCity newsInternationalleatest updatenationalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

মহীৰূহ ৰতন টাটাৰ দেহাৱসান…. বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ উদ্যোগপতিগৰাকীৰ….

দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান

৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ৰতন টাটাৰ

সোমবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল উদ্যোগপতিগৰাকীক

বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰিছিল ৰতন টাটা

আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব ৰতন টাটাৰ

পাৰ্চি নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হ’ব উদ্যোগপতিগৰাকীৰ

১০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি

৬ ঘণ্টা দক্ষিণ মুম্বাইত বাসগৃহত ৰখা হ’ব নশ্বৰদেহ

৩.৩০ বজাৰ পিছত বৰ্লীত সম্পন্ন কৰা হ’ব শেষকৃত্য

অসমলৈও ৰতন টাটাৰ আছিল অভূতপূৰ্ব বৰঙণি

৩৪ খন পলিটেকনিক গঢ়াৰ দায়িত্ব লৈছিল টাটাই

৪৩ খন ITI উৎকৃষ্ট ৰূপত গঢ়াৰ দায়িত্ব লৈছিল টাটাই

কাৰিকৰি শিক্ষাৰ বাবে অসমত ২,৩৯০ কোটি টকাৰ ৮৭% বিনিয়োগ

২০২২ৰ ৩ মে’ত অসম চৰকাৰেৰে চুক্তি কৰিছিল টাটাই

অসমত বছৰে ২০ হাজাৰ নিবনুৱাক সংস্থাপনৰ লক্ষ্য আছিল টাটাৰ

স্বাস্থ্যখণ্ডৰ বাবেও ৰতন টাটাৰ আছিল অতুলনীয় অৱদান

ৰতন টাটাৰ উদ্যোগত অসমত স্থাপন হৈছিল একাধিক কেন্সাৰ হাস্পতাল

২০১৮ত কেন্সাৰ হাস্পতাল স্থাপনৰ বাবে চুক্তি স্বাক্ষৰ

ৰতন টাটাৰ সপোনৰ প্ৰকল্প আছিল ‘জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প’

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.