AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক… কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল এই বৈঠকত?

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক

আপোন ঘৰ আঁচনিৰ অধীনত ৩৭,২৭৭ কৰ্মচাৰীক ঋণ

৫,৬৬৩ কোটি টকাৰ ঋণ ল’লে ৰাজ্যিক কৰ্মচাৰীয়ে

ঋণৰ পৰিমাণ ৩০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব

১ শতাংশ সুদ আদায় দিব চৰকাৰে

শীঘ্ৰেই মাৰ্কেটিং ব’ৰ্ডৰ ৬১২ কৰ্মচাৰীক VRS

পাবলগীয়া ধনতকৈ দিয়া হ’ব ১০ শতাংশ অধিক

৪৫ দিনৰ ভিতৰত সম্পন্ন হ’ব VRS প্ৰক্ৰিয়া

কেবিনেটৰ অন্তত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.