শ্ৰেণীবিহীন

টোলটেক্স বৃদ্ধিৰে জনতাক ৰামটাঙোন

কিমান টকাকৈ দিব লাগিব টোল টেক্স?

পুনৰ জনতাৰ মূৰত মাধমাৰ

টোলটেক্স বৃদ্ধিৰে জনতাক ৰামটাঙোন

৫ শতাংশ পৰ্যন্ত বৃদ্ধি টোলটেক্স

আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব টোলটেক্সৰ নতুন নিৰিখ

সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব নতুন নিৰিখ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিলে টোলটেক্স বৃদ্ধিৰ অনুমোদন

সমগ্ৰ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৰ্বমুঠ ১,১০০খন টোলগেটত ভৰিব লাগিব নতুন নিৰিখত টোলটেক্স। অসমৰ ৭খন টোলগেটত ভৰিব লাগিব বৰ্ধিত টোলটেক্স। টোলটেক্স বৃদ্ধিৰ লগে লগে বাছ, বাণিজ্যিক বাহনৰ ভাৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

সৰু বাহনে ১৩৫ টকাৰ ঠাইত দিব লাগিব ১৪০ টকা।

২০০টকাৰ ঠাইত দিব লাগিব ২১০টকা।

সৰু বাণিজ্যিক বাহনে ২১৫টকাৰ ঠাইত দিব লাগিব ২৩০টকা।

সৰু বাণিজ্যিক বাহনে ভৰিব লাগিব ৩৪৫টকা।

বাছ-ট্ৰাকত এবাৰত দিব লাগিব ৪৫৫টকাৰ ঠাইত ৪৮০টকা।

বাছ-ট্ৰাকত অহা-যোৱাত ৬৮০টকাৰ ঠাইত দিব লাগিব ৭২০টকা।

বাণিজ্যিক থ্ৰী এক্সেল এবাৰত ৪৯৫টকাৰ ঠাইত দিব লাগিব ৫২৫টকা।

বাণিজ্যিক থ্ৰী এক্সেল অহা-যোৱাত ৭৪৫টকাৰ ঠাইত ৭৮৫টকা।

৪-৬ এক্সেল গধুৰ যান-বাহন এবাৰত ৭১০টকাৰ ঠাইত ৭৫০টকা।

৪-৬ এক্সেল গধুৰ যান-বাহন অহা-যোৱাত ১,০৭০টকা ১,১৩০টকা।

সামগ্ৰী কঢ়িওৱা বৃহৎ বাহন এবাৰত ৮৬৫টকাৰ ঠাইত ৯১৫টকা।

সামগ্ৰী কঢ়িওৱা বৃহৎ বাহন অহা-যোৱাত ১,৩০০টকা ৰ ঠাইত ১,৩৭৫টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + six =

Back to top button