leatest updatenationalnatural disasterRegionalSocialweather

উৎকত গৰমৰ পৰা পাব সহাক! আহি আছে মুষলধাৰ বৰষুণৰ লগতে ধুমুহা্!

আহি আছে প্ৰবল ঘূৰ্ণীবতাহ ৰেমল।

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। শনিবাৰে গুৱাহাটীত তাপমাত্ৰাই অতিক্ৰম কৰিছে ৪০ ডিগ্ৰী। পিছে এনে উৎকত গৰমৰ মাজতে আহিছে এটা ভাল খবৰ। আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ৰেমল’।

বাংলাদেশৰ উপকুলত খুন্দা মাৰিব ৰেমলে। পশ্চিমবংগ,বাংলাদেশত প্ৰৱল হ’ব ‘ৰেমল’ৰ প্ৰভাৱ। প্ৰতি ঘণ্টাত ১৩৫ কিঃমিঃ বেগত আহিব মূষলধাৰ বৰষুণ। বৰষুণৰ লগতে হ’ব পাৰে প্ৰচণ্ড ধুমুহাও। ২৮ মে’ পৰ্যন্ত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞানৰ। বেংগল, ওড়িশাত ঘূৰ্ণীক লৈ সতৰ্কতা জাৰি প্ৰশাসনৰ।

উত্তৰ-পূবত পৰিব ৰেমলৰ প্ৰভাৱ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। সাগৰীয় ঘূৰ্ণীৰ ফলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছ উত্তৰ-পূবত। অসমতো ৰেমলৰ সামান্য প্ৰভাৱ পৰাৰ সম্ভাৱনা। ৰেমলৰ প্ৰভাৱত এই উৎকত গৰমৰ পৰা কিছু পৰিমানে হলেও সকাহ পাব ৰাজ্যবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + nineteen =

Back to top button