Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

নুমলীগড়ৰ তেলগৰমত উদ্ধাৰ দিল্লীৰ কিশোৰীসহ যুৱক, বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল দুয়ো…..

নুমলীগড়ৰ তেলগৰমত উদ্ধাৰ দিল্লীৰ কিশোৰীসহ যুৱক

উদ্ধাৰ প্ৰেম কুমাৰ আৰু কুমকুম কমাৰীক

বিশেষ সূত্ৰৰ ভিত্তিত উদ্ধাৰ কৰে আৰক্ষীয়ে

বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল দুয়ো

কিশোৰীৰ পৰিয়ালে তৰিছিল সন্ধানহীনৰ গোচৰ

কিশোৰীগৰাকীক অপহৰণৰ অভিযোগ তুলিছিল পৰিয়ালে

প্ৰেম কুমাৰৰ বিৰুদ্ধে অভিযোগ তুলিছিল অপহৰণৰ

বৰ্তমান দুয়োকে সোধপোচ অব্যাহত ৰাখিছে নুমলীগড় আৰক্ষীয়ে

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.