AssamCity newsCrimeঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

দৰিদ্ৰতাৰ দোহাই দি নিজ কন্যা শিশুক বিক্ৰী, মাত্ৰ ২ হাজাৰ টকাৰ বাবে কন্যা শিশুক বিক্ৰী মাতৃৰ…………..

মৰিগাঁৱত মানৱ সমাজক ভূলুণ্ঠিত কৰা ঘটনা

আৰ্থিক অনাটনৰ বাবে নৱজাতকক বিক্ৰীৰ অভিযোগ

দৰিদ্ৰতাৰ দোহাই দি দেৱকন্যা শিশুক বিক্ৰী শিক্ষক দম্পতীক

মাত্ৰ ২ হাজাৰ টকাৰ বিনিময়ত কন্যা শিশুক বিক্ৰী মাতৃৰ

নৃপেন মণ্ডলৰ সহায়ত শিশুটি বিক্ৰীৰ অভিযোগ

মঙলদৈৰ এহাল শিক্ষক দম্পতীক বিক্ৰী কৰিছিল শিশুটিক

দ্বিগেন বিশ্বাসৰ পত্নী লক্ষী বিশ্বাসে জন্ম দিছিল সন্তানটি

চিকিৎসকৰ পৰামৰ্শ অবিহনে ঘৰতে প্ৰসৱ কৰিছিল সন্তান

জন্মৰ ১০ দিনৰ পাছতে শিক্ষক দম্পতীক বিক্ৰীৰ অভিযোগ

শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী সচেতন লোকৰ

ইফালে সমগ্ৰ ঘটনাটো মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ই জানিব পাৰি ধৰমতুল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক শিশুটিক উদ্ধাৰ কৰাৰ বাবে প্ৰাথমিক তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.