AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা, হোজাইত ৩৯৫ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস, উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা

হোজাইত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

৩৯৫ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস, উদ্বোধন

মুকলি কৰিলে হোজাই চহৰৰ নৱনিৰ্মিত উৰণ সেতু

শংকৰদেৱ নগৰত জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

জিলা পৰিষদৰ কাৰ্যালয় মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

১০০খন বিছনাযুক্ত চিকিৎসালয়ৰ শুভ উদ্বোধন

জিলা ঔষধ পণ্যাগাৰ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে শিলান্যাস কৰিব কঠীয়াতলি, কামপূৰ, যমুনামুখৰ পৰা ডবকালৈ পথৰ উন্নয়ন আৰু উন্নীতকৰণ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.