Assamleatest updatenationalnorth eastঅসমদৈনিক বাতৰি

মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, চূড়চন্দ্ৰপুৰ, টেংনৌপাল জিলাত অভিযান….

মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, চূড়চন্দ্ৰপুৰ, টেংনৌপাল জিলাত অভিযান....

মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

চূড়চন্দ্ৰপুৰ, টেংনৌপাল জিলাত অভিযান

নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত সফলতা

২৪ ঘণ্টাত উদ্ধাৰ বহুসংখ্যক মাৰণাস্ত্ৰ

টেংনৌপালত উদ্ধাৰ AK 56 ৰাইফল, ৪ IED

৫টা দেশীয় বোমাসহ বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

চূড়চান্দপুৰৰ পৰাও উদ্ধাৰ ১ কাৰ্বাইন, ৮ হেণ্ড গ্ৰেণেড

উদ্ধাৰ হৈছে পিষ্টল, বন্দুকসহ অন্যান্য অস্ত্ৰ-শস্ত্ৰ

মণিপুৰত হিংসা আৰু অশান্তিৰ সৃষ্টি কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে অভিযান। মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত বিগত ২৪ ঘণ্টাত ভালেখিনি সফলতা লাভ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 12 =

Back to top button