Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

STFৰ অভিযানৰ বৃহৎ সাফল্য! কৰিমগঞ্জত জব্দ ১০০ কোটি টকাৰ ড্ৰাগছ… জব্দ ৫.১ কেজি হেৰ’ইন, ৬৪ হাজাৰ য়াবা টেবলেট

STFৰ অভিযানৰ বৃহৎ সাফল্য

কৰিমগঞ্জত জব্দ ১০০ কোটি টকাৰ ড্ৰাগছ

মিজোৰামৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি

জব্দ ৫.১ কেজি হেৰ’ইন, ৬৪ হাজাৰ য়াবা টেবলেট

মহিলাসহ ৪ সৰবৰাহকাৰীক আটক আৰক্ষীৰ

ড্ৰাগছ সৰবৰাহ কৰা বাহনখনো জব্দ কৰে আৰক্ষীয়ে

DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল অভিযান

আটক নুৰ আহমেদ, জাউছাং লিয়ানি, ৰামহাকাক, লাম চাম লিয়ানা

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.