Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাছাৰৰ মাণিকপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ জব্দ, প্ৰায় ৩ কোটি মূল্যৰ ২০ হাজাৰ য়াবা টেবলেট জব্দ…..

কাছাৰৰ ৰাজনগৰ মাণিকপুৰত ড্ৰাগ্ছ জব্দ। প্ৰায় ৩ কোটি মূল্যৰ ২০ হাজাৰ য়াবা টেবলেট জব্দ। আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত জব্দ ড্ৰাগ্ছখিনি। ঘটনা সন্দৰ্ভত আটক দুজনকৈ ড্ৰাগ্ছ সৰবৰাহকাৰীক। আটক চামছ উদ্দিন বৰভূঞা, চামিম আহমেদ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.