অসমআঞ্চলিকদৈনিক বাতৰি

আহিন মহীয়া বানৰ কৱলত লখিমপুৰ, ফেনে ফুটুকাৰে বাঢ়িছে কাকৈ নদী

আহিন মহীয়া বানৰ কৱলত লখিমপুৰ, ফেনে ফুটুকাৰে বাঢ়িছে কাকৈ নদী

আহিন মহীয়া বানৰ কৱলত লখিমপুৰ

ফেনে ফুটুকাৰে বাঢ়িছে কাকৈ নদী

বাঢ়নী পানীত বুৰ গ’ল কদমৰ বিস্তীৰ্ণ অঞ্চল

মূল পথৰ ওপৰেৰে বাগৰিছে পানী

আহিন মহীয়া বানৰ কৱলত লখিমপুৰৰ। অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই ফোনে ফুটুকাৰে বাঢ়িছে কাকৈ নদী। হঠাৎ অহা বাঢ়নী পানীত বুৰ গ’ল কদমৰ বিস্তীৰ্ণ অঞ্চল। মূল পথৰ ওপৰেৰে বাগৰিছে পানী। ঘৰ এৰি ওখ ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্তই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.