অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ উত্তপ্ত অশান্ত মণিপুৰ, আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষত আহত শতাধিক লোক

পুনৰ উত্তপ্ত অশান্ত মণিপুৰ

প্ৰতিবাদকাৰীক বাধা দিবলৈ শূন্যলৈ গুলী আৰক্ষীৰ

চত্ৰভংগ দিয়াবলৈ প্ৰয়োগ কৰিলে কন্দুৱা গেছ

এতিয়াও স্বাভাৱিক হোৱা নাই মণিপুৰৰ পৰিস্থিতি

অগ্নিগৰ্ভা মণিপুৰৰ বিষ্ণপুৰত সহস্ৰাধিক লোকৰ প্ৰতিবাদ

আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষত আহত শতাধিক লোক

ফৌগাকছাও ইখাইত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ

বিষ্ণপুৰৰ টৰবুং অঞ্চল ভ্ৰমণৰ অনুমতি বিচাৰি কৰিছিল প্ৰতিবাদ

গোষ্ঠী সংঘৰ্ষত গৃহহাৰা বহু লোকে আশ্ৰয় লৈ আছে টৰবুঙত

সান্ধ্য আইন অমান্য কৰি ভিৰ কৰাৰ বাবে বাধা আৰক্ষীৰ

মালম অঞ্চলত বেৰিকেড সাজি বাধা আৰক্ষীৰ

পৰিণতিত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত প্ৰতিবাদকাৰী

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.