অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

বশিষ্ঠ মন্দিৰ প্ৰাংগণত নিচাযুক্ত সামগ্ৰী দাহন কাৰ্যসূচী, ব’লবম ভক্তৰ পৰা জব্দ কৰা হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ, গাঞ্জা, সুৰাৰ বটল

বশিষ্ঠ মন্দিৰ প্ৰাংগণত নিচাযুক্ত সামগ্ৰী দাহন কাৰ্যসূচী

মন্দিৰৰ ব’লবম পৰিচালনা সমিতিৰ এই কাৰ্যসূচী

ব’লবম ভক্তৰ পৰা জব্দ কৰা হৈছিল সামগ্ৰীসমূহ

জব্দ হৈছিল সুৰা, গাঞ্জাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগ্ছ

বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰও কৰা হৈছিল জব্দ

আৰক্ষী-প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ পৰিচালনা সমিতিৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.