অসমকর্ণাটকদৈনিক বাতৰিবিজ্ঞানবিশ্বভাৰত

বিদেশ ভ্ৰমণ সামৰি কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোদী, চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ISROৰ কাৰ্যালয়ত উপস্থিত হৈ কি কি বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীৰ…

বিদেশ ভ্ৰমণ সামৰি কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোদী, চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ISROৰ কাৰ্যালয়ত উপস্থিত হৈ কি কি বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীৰ...

বিদেশ ভ্ৰমণ সামৰি কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোদী

গ্ৰীচৰ পৰা পোনে পোনে বাংগালুৰুত উপস্থিত মোদী

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত সাক্ষাৎ ISROৰ বিজ্ঞানীক

ISROৰ বিজ্ঞানীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

বিজ্ঞানীসকলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

ISROৰ বিজ্ঞানীৰ সন্মুখত আৱেগিক PM মোদী

‘জয় বিজ্ঞান, জয় অনুসন্ধান’ শ্লোগান প্ৰধানমন্ত্ৰীৰ

‘মই দক্ষিণ আফ্ৰিকাত আছিলো যদি মনটো দেশত আছিল’

‘আপোনালোকৰ দৰ্শন পাবলৈ ব্যাকুল হৈ আছিল’

‘আপোনালোক সকলোকে মোৰ ছ্যেলুট’

‘আপোনালোকৰ ধৰ্ম আৰু একাগ্ৰতাক মোৰ ছ্যেলুট’

ISROৰ বিজ্ঞানীৰ দৃঢ়তাক প্ৰধানমন্ত্ৰীৰ ছ্যেলুট

‘এয়া কোনো সাধাৰণ সাফল্য নহয়’

অনন্ত অন্তৰীক্ষত ভাৰতৰ বিজ্ঞানৰ জয়ৰ শৃংখনাদ

INDIA IS ON THE MOON : PM

‘এয়া আজিৰ ভাৰত, নিৰ্ভীক ভাৰত, যুঁজাৰু ভাৰত’

‘এয়া নতুন ভাৰত, নতুন চিন্তাৰ ভাৰত’

২১ শতিকাত ভাৰতেই সমাধান কৰিব বিশ্বৰ ডাঙৰ সমস্যা’

‘মোৰ চকুৰ সন্মুখত ২৩ আগষ্টৰ দৃশ্যবোৰ ভাহি আছে’

‘২৩ আগষ্টৰ এই ক্ষণ অমৰ ক্ষণ’

‘মই আপোনালোকৰ যিমানেই গুণগান কৰোঁ কম হ’ব’

‘এফালে বিক্ৰমৰ বিশ্বাস, আনফালে প্ৰজ্ঞানৰ পৰাক্ৰম’

‘চন্দ্ৰযান-৩ কেৱল ভাৰতৰ নহয়, বিশ্বৰ জয়’

‘লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰা ঠাইৰ নাম হ’ব শিৱশক্তি পইণ্ট’

‘শিৱৰ নামত মানৱ কল্যাণৰ সংকল্প সমাদৃত হৈ আছে’

নাৰী শক্তিক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

‘বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আধাৰেই হৈছে নাৰী শক্তি’

‘শিৱশক্তি পইণ্টে নতুন প্ৰজন্মক প্ৰেৰণা দিব’

‘মানৱ কল্যাণৰ বাবে বিজ্ঞানৰ প্ৰয়োগ হোৱা উচিত’

‘মানৱ কল্যাণেই আমাৰ সৰ্বোত্তম অগ্ৰাধিকাৰ’

‘চন্দ্ৰযান-২ৰ অৱতৰণৰ অংশ ত্ৰিৰংগা নামেৰে নামাকৰণ’

‘২৩ আগষ্টৰ দিনটো NATIONAL SPACE দিৱস ঘোষণা’

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.