অসমদৈনিক বাতৰিভাৰত

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি জন্মবাৰ্ষিকী, ৭৯সংখ্যক জন্মবাৰ্ষিকীত পিতৃলৈ সশ্ৰদ্ধ প্ৰণাম ৰাহুল গান্ধীৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি জন্মবাৰ্ষিকী, ৭৯সংখ্যক জন্মবাৰ্ষিকীত পিতৃলৈ সশ্ৰদ্ধ প্ৰণাম ৰাহুল গান্ধীৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি জন্মবাৰ্ষিকী

৭৯সংখ্যক জন্মবাৰ্ষিকীত পিতৃলৈ সশ্ৰদ্ধ প্ৰণাম ৰাহুল গান্ধীৰ

পিতৃৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি সাংসদগৰাকীৰ

লাডাখৰ পাংগঙত প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি

দিল্লীৰ বীৰভূমিত ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি ছোনিয়া গান্ধীৰ

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়েও জনালে শ্ৰদ্ধাঞ্জলি

বীৰভূমিত শ্ৰদ্ধাঞ্জলি প্ৰিয়ংকা গান্ধী, ৰবাৰ্ট ভদ্ৰাৰ

উল্লেখ্য যে বসৰ্তমান লাডাখতে আছে সাংসদ ৰাহুল গান্ধী। ৬ দিনীয়া কাশ্মীৰ ভ্ৰমণসূচীৰে লাডাখত উপস্থিত কংগ্ৰেছ নেতাজন। ২৪ আগষ্টত ৰাহুল গান্ধীয়ে ভ্ৰমণ কৰিব যুদ্ধভূমি কাৰ্গিল। ভাৰত চীন সীমান্তৰ বহু বিবদমান এলেকাও পৰিদৰ্শন কৰিব কংগ্ৰেছ সাংসদগৰাকীয়ে। তেওঁৰ ভ্ৰমণসূচীৰ তালিকাত আছে প্ৰখ্যাত পাংগিং হ্ৰদ। ২৫ আগষ্টত এক বিশাল ৰেলীত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.