অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্য চৰকাৰৰ কেলেণ্ডাৰত সাল-সলনি, কেলেণ্ডাৰৰ বন্ধৰ তালিকাত গুৰুত্বপূৰ্ণ সাল-সলনি

ৰাজ্য চৰকাৰৰ কেলেণ্ডাৰত সাল-সলনি

কেলেণ্ডাৰৰ বন্ধৰ তালিকাত গুৰুত্বপূৰ্ণ সাল-সলনি

১৬ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ তিথিৰ বাবে বন্ধ

পূৰ্বে বন্ধৰ তালিকাত নিৰ্ধাৰিত আছিল ১৮ আগষ্টৰ দিন

একেদৰে ২৫ ছেপ্টেম্বৰত কৰম পূজাৰ বাবে থাকিব বন্ধ

পূৰ্বৰ নিৰ্ধাৰিত কেলেণ্ডাৰত উল্লেখ আছিল ২৭ আগষ্ট

শংকৰদেৱৰ জন্মোৎসৱৰ বাবে বন্ধ থাকিব ২৪ ছেপ্টেম্বৰত

পূৰ্বৰ কেলেণ্ডাৰত উল্লেখ কৰা হৈছিল ২৫ ছেপ্টেম্বৰৰ দিন

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই জাননী

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.