অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

মণিপুৰৰ কৌট্ৰুক হাৰথেই আৰু চেনজাম চিৰাঙত হিংসাত্মক ঘটনা, নিৰাপত্তা বাহিনী আৰু উপদ্ৰৱীৰ মাজত গুলীচালনাৰ ঘটনা

হিংসাজৰ্জৰ মণিপুৰত ৩ মাহ সম্পূৰ্ণ

বিগত ২৪ ঘণ্টাত পুনৰ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা

মণিপুৰৰ কৌট্ৰুক হাৰথেই আৰু চেনজাম চিৰাঙত হিংসাত্মক ঘটনা

নিৰাপত্তা বাহিনী আৰু উপদ্ৰৱীৰ মাজত গুলীচালনাৰ ঘটনা

গুলীচালনাৰ ঘটনাত জোৱানসহ দুজন লোক আহত

আহত দুজন লোকৰ ভিতৰত এজনৰ মৃত্যু

বিষ্ণুপুৰ জিলাৰ থংগলবাইট আৰক্ষী চকীত আক্ৰমণ দুৰ্বৃত্তৰ

দুৰ্বৃত্তই আৰক্ষী চকীৰ পৰা লুটি নিলে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ

উন্মত্ত জনতাই মণিপুৰ ৰাইফলছৰ বেটেলিয়নৰ ওপৰতো চলায় আক্ৰমণ

ঘটনাৰ পিছতে কৌট্ৰুক পাৰ্বত্য অঞ্চলত ধ্বংস কৰে ৭টাকৈ বাংকাৰ

বিগত ২৪ ঘণ্টাত ৩৪৭জনক আটক কৰে আৰক্ষীয়ে

হিংসাজৰ্জৰ মণিপুৰত ৩ মাহ সম্পূৰ্ণ হোৱাৰ বাবে উলিয়াইছিল প্ৰতিবাদী সমদল

বিগত ৩ মে’ৰ পৰা মণিপুৰত অব্যাহত আছে গোষ্ঠীগত সংঘৰ্ষ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.