অসমদৈনিক বাতৰি

সোণাপুৰৰ ক্ষেত্ৰীত পুনৰ গো-ভৰ্তি ট্ৰাক জব্দ….

সোণাপুৰৰ ক্ষেত্ৰীত পুনৰ গো-ভৰ্তি ট্ৰাক জব্দ

সোণাপুৰৰ ক্ষেত্ৰীত পুনৰ গো-ভৰ্তি ট্ৰাক জব্দ

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান

ট্ৰাকখনৰ পৰা উদ্ধাৰ ৩৬টাকৈ গো-ধন

চিলাপথাৰৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাকখন

আটক সৰবৰাহকাৰী ময়নুল হক, ফুলচান্দ মিঞা

ঘটনা সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীৰ তদন্ত আৰম্ভ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.