অসমদৈনিক বাতৰি

অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি, পুনৰ মণিপুৰৰ হাৰাওথেল এলেকাত গুলীয়াগুলীৰ ঘটনা

অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি, পুনৰ মণিপুৰৰ হাৰাওথেল এলেকাত গুলীয়াগুলীৰ ঘটনা

অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি

পুনৰ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা

মণিপুৰৰ হাৰাওথেল এলেকাত গুলীয়াগুলীৰ ঘটনা

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত সেনা বাহিনী

উত্তেজনাৰ মাজতে মণিপুৰত উপস্থিত ৰাহুল গান্ধী

দুদিনীয়া ভ্ৰমণসূচী লৈ মণিপুৰত ৰাহুল গান্ধী

বিষ্ণুপুৰত সাহায্য শিবিৰ পৰিদৰ্শনৰ বাবে গৈছিল ৰাহুল গান্ধী

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীক বাধা সেনাৰ

চূড়াচান্দপুৰ ভ্ৰমণৰ পৰিকল্পনা আছিল ৰাহুল গান্ধীৰ

অৱশেষত হেলিকপ্টাৰেৰে চূড়াচান্দপুৰত উপস্থিত ৰাহুল গান্ধী

মণিপুৰৰ কাংপোকপি জিলাত উত্তেজনা বৃদ্ধিৰ বাবে বাধা প্ৰদান

বিষ্ণুপুৰ জিলাতো ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী কাৰ্যসূচী

আৰক্ষী-সেনাৰ বাধা প্ৰদানক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

৩০ জুনত জ্যেষ্ঠ নাগৰিকৰেও মিলিত হ’ব ৰাহুল গান্ধী

বিভিন্ন সামাজিক সংগঠনেৰেও মিলিত হ’ব ৰাহুল গান্ধী

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.