অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জুৱাৰি বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ অভিযান, অভিযানত আটক ৬ জুৱাৰীক

জুৱাৰি বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান

অভিযানত আটক ৬ জুৱাৰীক

জব্দ ৫খন বিলাসী বাহন, নগদ ধন

ধৃত ৰাজীৱ উদ্দিন, ৰাজু হুছেইন, জাহিৰ উদ্দিন

কবিৰ হুছেইন, তপন দেৱ, অতুল কৰ্মকাৰ

কাছাৰৰ উধাৰবন্ধ আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত নিশা কুম্ভা চাহ বাগানত চলি থকা এক জুৱাৰ আড্ডাত উপস্থিত হয় আৰক্ষীৰ উমান পাই একাংশ জুৱাৰি পলাই যাবলৈ সক্ষম হয় যদিও ৬ জনকৈ জুৱাৰিক আৰক্ষীয়ে হাতেলোটে গ্ৰেপ্তাৰ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.