অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মৃতকক আমি যিদৰে সন্মান দিব লাগে তাৰ বিপৰীতে তেওঁক সমালোচনা কৰাটো অনুচিত: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

পৰিয়ালৰ আশ্বস্ত হ'ব পৰাকৈ প্ৰয়োজনত গোচৰটো CIDৰ পৰা CBIলৈ দিয়া হ'ব।  

মৃতকক আমি যিদৰে সন্মান দিব লাগে তাৰ বিপৰীতে তেওঁক সমালোচনা কৰাটো অনুচিত।

পৰিয়ালৰ আশ্বস্ত হ’ব পৰাকৈ প্ৰয়োজনত গোচৰটো CIDৰ পৰা CBIলৈ দিয়া হ’ব।

লগতে CIDয়ে তদন্ত পোৱা সকলো কথা পৰিয়ালক অৱগত কৰিব লাগিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ।

ইতিমধ্যে তীব্ৰগতিত চলিছে CIDৰ তদন্ত।

নগাঁও, লখিমপুৰ আৰু জখলাবন্ধাত CIDৰ জোৰদাৰ তদন্ত।

বঙালমৰা আৰক্ষী চকীত তন্নতন্নকৈ নথিপত্ৰ পৰীক্ষণ CID দলৰ।

উল্লেখ্য যে CIDৰ নহয়, CBI ৰ তদন্তহে দাবী কৰিছে পৰিয়ালৰ লগতে বিভিন্নজনে।

SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.