অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মঙলদৈত চোৰৰ উপদ্ৰৱ, তলা ভাঙি কম্পিউটাৰ, পানী তোলা মটৰসহ প্ৰায় আঢ়ৈ লাখৰো অধিক টকা মূল্যৰ সা-সম্পত্তি লুটি লৈ গ’ল চোৰে

মঙলদৈত চোৰৰ উপদ্ৰৱ।

জলীজলী উচ্চ মাধ্যমিক বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান।

তলা ভাঙি বিদ্যালয়ত থকা কম্পিউটাৰ, পানী তোলা মটৰসহ প্ৰায় আঢ়ৈ লাখৰো অধিক টকা মূল্যৰ সা-সম্পত্তি লুটি লৈ গ’ল চোৰে।

চুৰি কৰি লৈ গ’ল বহুতো মূল্যবান নথিপত্ৰও।

ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল  স্কুল কতৃপক্ষৰ।

বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত দৰং আৰক্ষীৰ।

ৰাইজক সুৰক্ষা দিয়াত দৰং আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ স্থানীয় বাসিন্দাৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.