অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠানৰ আজি ১০০ সংখ্যক অনুষ্ঠান

দিনৰ ১১ বজাত হ’ব এই ‘মন কী বাত’ অনুষ্ঠান... ৰাজভৱনৰ দৰবাৰ হলত ‘মন কী বাতৰ’ বিশেষ কাৰ্যসূচী...

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠানৰ ঐতিহাসিক ক্ষণ

আজি ১০০ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

দিনৰ ১১ বজাত হ’ব এই ‘মন কী বাত’ অনুষ্ঠান

ৰাজভৱনৰ দৰবাৰ হলত ‘মন কী বাতৰ’ বিশেষ কাৰ্যসূচী

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো ‘মন কী বাত’ৰ কাৰ্যসূচী

ৰাষ্ট্ৰসংঘৰ পৰিষদীয় সদস্যৰ চেম্বাৰত প্ৰচাৰৰ ব্যৱস্থা

অংশ ল’ব নিউ জাৰ্চিৰ নিমন্ত্ৰিত প্ৰবাসী ভাৰতীয়ই

আকাশবাণী কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব এই অনুষ্ঠান

২০১৪ চনৰ ৩ অক্টোবৰত আৰম্ভ হৈছিল এই অনুষ্ঠান

মন কী বাত প্ৰচাৰিত হ’ব ১ হাজাৰ ৰেডিঅ’ কেন্দ্ৰৰ যোগেৰে

দেশৰ ৪ লাখ স্থানত সম্প্ৰচাৰিত কৰাৰ লক্ষ্য বিজেপিৰ

মন কী বাত অনুষ্ঠানৰ বাবে বিজেপিৰ ব্যাপক আয়োজন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.