অসমঅসম আৰক্ষী

আৰক্ষী জোৱানলৈ দুচকীয়া বাহন, এতিয়াৰ পৰা আৰক্ষীয়ে চলাব HERO বাইক…

CSRৰ অধীনত We Care শীৰ্ষক অনুষ্ঠানৰ দ্বাৰা প্ৰতিষ্ঠানটোৱে আৰক্ষী জোৱানসকলৰ বাবে আগবঢ়াইছে ৩১৫খন দুচকীয়া বাহন

গুৱাহাটীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ ৪ৰ্থ বেটেলিয়নত বিশেষ অনুষ্ঠান। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী জোৱানক বিতৰণ কৰা হয় দুচকীয়া বাহন।

 

দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাণ প্ৰতিষ্ঠান HEROই আগবঢ়াইছে এই বাহনসমূহ। CSRৰ অধীনত We Care শীৰ্ষক অনুষ্ঠানৰ দ্বাৰা প্ৰতিষ্ঠানটোৱে আৰক্ষী জোৱানসকলৰ বাবে আগবঢ়াইছে ৩১৫খন দুচকীয়া বাহন।

 

এই বাহন বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুন্না প্ৰসাদ গুপ্তাৰ লগতে কেইবাগৰাকী উচ্চপদস্থ বিষয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.