Assamleatest updatenationalঅসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি….

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি
বৰ্তমানলৈ কমেও ১৫ জন লোকৰ মৃত্যুৰ খবৰ
পদপিষ্টত আহত ৩০ জনৰো অধিক লোক
আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ
হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে বহুজনে
আহতৰ ভিতৰত আছে শিশু আৰু মহিলাও
মৌনী অমাৱস্যাত স্নান কৰিবলৈ সমৱেত হৈছিল বহুলোক
ঘটনাৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰো শোকপ্ৰকাশ
সুৰক্ষা ব্যৱস্থাকলৈ প্ৰশ্ন উত্থাপন মমতা বেনাৰ্জীৰ
যোগী আদিত্যনাথেৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.