জীৱনশৈলীদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জন

প্ৰকাশ পালে প্ৰিয়ংকা চোপ্ৰাৰা আৰু নিক জোনছৰ জীয়ৰীৰ নাম! কিয় দিলে এই বিশেষ নামটো?

জন্মৰ ৩ মাহৰ পিছত প্ৰকাশ পাইছে প্ৰিয়ংকা আৰু নিকৰ জীয়ৰীৰ নাম

জীৱনৰ আন এক অধ্যায়ৰ সৈতে সাজু হৈছে প্ৰিয়ংকা চোপ্ৰাৰা আৰু নিক জোনছ।
অভিভাৱক হোৱাৰ পাছৰে পৰা নতুন যাত্ৰা উপভোগ কৰি আছে দুয়োজনে। কেঁচুৱা ছোৱালীজনীক সম্পূৰ্ণ সময় দি আছে জোনছ দম্পত্তিয়ে।

জন্মৰ ৩ মাহৰ পিছত প্ৰকাশ পাইছে প্ৰিয়ংকা আৰু নিকৰ জীয়ৰীৰ নাম। প্ৰিয়ংকা-নিকৰ জীয়েকৰ নাম ‘মালতী মেৰী’। এই পৰম্পৰাগত নাম প্ৰিয়ংকা চোপ্ৰাৰ আৰু নিক জোনছ দুয়োৰে নামৰ সৈতে জড়িত হৈ আছে।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ জীয়ৰীৰ সম্পুৰ্ণ নাম মালতী মেৰী চোপ্ৰা জোনছ (Malti Marie Chopra Jonas)। প্ৰিয়ংকাই এই নামৰ জড়িয়তে দুয়োজনৰ পৰিয়ালক সংযোগ কৰিছে। দৰাচলতে, প্ৰিয়ংকা চোপ্ৰাৰ মাতৃৰ নাম মধু মালতী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.