অসমপৰিৱেশবতৰ

আজিৰে পৰা ৰাজ্যত প্ৰৱল বৰষুণৰ লগতে হ’ব শিলাবৃষ্টি!

অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আজিৰে পৰা পুনৰ বৰষুণ হ'ব পাৰে। এই কথা জনাইছে বতৰ বিজ্ঞান বিভাগে।

অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আজিৰে পৰা পুনৰ বৰষুণ হ’ব পাৰে। এই কথা জনাইছে বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি ঠাই বিশেষে কৰবাত পাতলীয়া আৰু কৰবাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। কিছু কিছু ঠাইত হ’ব পাৰে শিলাবৃষ্টিও।

কেবল অসমতে নহয়, অৰুণাচল প্ৰদেশতো বৰষুণ হোৱাৰ বিপৰীতে কিছু কিছু ঠাইত প্ৰৱল বৃষ্টিপাতৰো সম্ভাৱনা আছে। তাৰ লগতে অব্যাহত থাকিব শীতপ্ৰবাহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.