অসম

NEW SOP: কেতিয়া খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?

ধেমাজিত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

ৰাজ্যৰ শিক্ষানুষ্ঠানক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP। শীঘ্ৰেই শিক্ষানুষ্ঠানসমূহ খোলাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ১৫ ফেব্ৰুৱাৰীত খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। ধেমাজিত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, কাৰ্ফিউৰ সময়সীমা সালসলনি কৰাৰ ক্ষেত্ৰতো ঘোষণা। নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা কাৰ্ফিউৰ সময়। আক্ৰান্তৰ সংখ্যা ১ হাজাৰলৈ নামিলে সলনি হ’ব কাৰ্ফিউৰ সময়সীমা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.