অপৰাধজম্মু-কাশ্মীৰ

নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এজন সন্ত্ৰাসবাদী

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়া গুলি সংঘটিত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নোযাওতেই পুনৰ দেওবাৰে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰাৰ বাৰাগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষ

জন্মু-কাশ্মীৰত প্ৰায়ে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা সংবাদ মাধ্যমত চৰ্চা লাভ কৰে৷
কিছুদিন পূৰ্বে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়া গুলি সংঘটিত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নোযাওতেই পুনৰ দেওবাৰে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰাৰ বাৰাগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষ। এই সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী৷

এই অভিযানত আৰক্ষীৰ লগতে নিৰাপত্তাবাহিনী নিয়োজিত হৈ আছে বুলিও জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.