দুৰ্ঘটনা

ৰাজপথত বাগৰি পৰিল যাত্ৰীবাহী বাছ, দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২০ৰো অধিক লোকে…

আহত লোকসকলক ততাতৈয়াকৈ লৈ যোৱা স্থানীয় হাস্পতাললৈ

কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮জন লোকে। গুৰুতৰভাৱে আহত ২০জনতকৈও অধিক লোক। কৰ্ণাটকৰ টুমকুৰ জিলাৰ পাভগাড়া অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।

 

খবৰ অনুসৰি, বাছখনে কঢ়িয়াই নিছিল ৬০ গৰাকী যাত্ৰী। দুৰ্ঘটনাৰ ফলত ২৫ৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা হৈছে। আহত লোকসকলক ততাতৈয়াকৈ লৈ যোৱা স্থানীয় হাস্পতাললৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − two =

Back to top button