![আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল](https://prathamkhabartv.com/wp-content/uploads/2023/05/WhatsApp-Image-2023-05-03-at-9.56.31-AM-780x470.jpeg)
আজি ঘোষণা হ’ব ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল
জিলা ভিত্তিত ঘোষণা কৰা হ’ব ফলাফল
ছেবাৰ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল
প্ৰকাশ পাব ১৪,২৮১টা পদৰ বাবে নিযুক্তি তালিকা
দিনৰ ২ বজাৰ পৰা অনলাইনযোগে লাভ কৰিব ফলাফল
বুধবাৰে প্ৰকাশ পাইছিল ৩য় বৰ্গৰ ফলাফল
১১মে’ত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ
গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিয়া হ’ব নিযুক্তি পত্ৰ