অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি, বিজেপি পালিনেতা পুলক ভৰালীক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ গনতান্ত্ৰিক আন্দোলন

খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং খকন্দগুৰিত ৰাজহুৱা সভাত মহিলাক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে সৰৱ সদৌ অসম মহিলা সমিতি।

বিজেপি পালিনেতা পুলক ভৰালীক গ্ৰেপ্তাৰৰ দাবীত দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং খকন্দগুৰিত ৰাজহুৱা সভাত মহিলাক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে সৰৱ সদৌ অসম মহিলা সমিতি।

বিজেপিৰ উচ্চপদস্থ বিষয়ববীয়াৰ হেঁচাত পুলক ভৰালীক দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ কৰা অভিযোগ।

আজি মহিলা সমিতিৰ এটা সজাতি দলে দেৰগাঁও থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

নিৰ্দিষ্ট সময়ৰ ভিতৰত পুলক ভৰালীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ মহিলা সংগঠনটোৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.